Tuesday 4 June 2019

অতুলনীয় অন্তৰীপ প্ৰথম বছৰৰ ৮ম সংখ্যা


সন্মানীয় সতীৰ্থ সকল,
পবিত্ৰ ঈদ আৰু বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছাৰে আমাৰ TQF Assam ফেচবুক গ্ৰুপৰ ই-আলোচনী অতুলনীয় অন্তৰীপৰ ২০১৯/ জুন মাহৰ সংখ্যাটি আগবঢ়ালোঁ। আঁশাকৰো আদৰি ল’ব। আলোচনীখন পাবলৈ ইয়াতে ক্লিক কৰক....

Admin
Team, TQF