Wednesday 16 October 2019

অতুলনীয় অন্তৰীপ নৱেম্বৰ ২০১৯ সংখ্যাটিৰ বেটুপাত


অতুলনীয় অন্তৰীপ নৱেম্বৰ ২০১৯ সংখ্যাটিৰ বেটুপাত মুকলিঃ

অতুলনীয় অন্তৰীপৰ বাবে লেখা বিচাৰি এটি আহ্বান!


সন্মানীয় সতীৰ্থ চাৰ-বাইদেউসকল,
আমাৰ ই-আলোচনী অতুলনীয় অন্তৰীপৰ ২০১৯ নৱেম্বৰ মাহৰ ২য় বছৰৰ ১৩শ সংখ্যাটিৰ সম্পাদনাৰ কাম আজি বেটুপাত মুকলিৰে আৰম্ভ কৰিছো। আমাৰ এই আলোচনীখনত অসমীয়া, হিন্দী, ইংৰাজী আৰু বঙালী এই চাৰিওটি ভাষাৰে লিখনি প্ৰকাশ কৰা হয়। সেয়েহে আগ্ৰহী সতীৰ্থ লেখক-লেখিকা চাৰ-বাইদেউসকলৰ পৰা আমি কবিতা, গল্প, অণুগল্প, ধাৰাবাহিক গল্প, ধাৰাবাহিক উপন্যাস, শিক্ষামূলক প্ৰবন্ধ, ধাৰাবাহিক শিক্ষামূলক প্ৰবন্ধ, ঐতিহাসিক স্থলৰ আঁৰৰ কথা, শিক্ষা বিষয়ক পৰামৰ্শ, এই মাহৰ ছবি, হাস্য ৰস/ কৌতুক আদি লেখা বিচাৰিছোঁ।

Friday 4 October 2019

অতুলনীয় অন্তৰীপ ২০১৯ শাৰদীয় বিশেষ সংখ্যা

সন্মানীয় সতীৰ্থ সকল,
মা-শক্তি দূৰ্গাৰ শ্ৰীচৰণত সেয়া জনাই, শাৰদীয় দূৰ্গাপূজাৰ শুভেচ্ছা আমাৰ TQF, Assam ফেচবুক গ্ৰুপৰ -আলোচনী অতুলনীয় অন্তৰীপৰ ২০১৯/ অক্টোবৰ মাহৰ সংখ্যাটি আগবঢ়ালোঁ আঁশাকৰো সকলোৱে  আদৰি  
আলোচনীখন পাবলৈ ইয়াতে ক্লিক কৰক....