Sunday 29 December 2019

ধনাত্মক চিন্তাঃ ২


ধনাত্মক চিন্তাঃ ২ 
আমাৰ জীৱনৰ প্ৰতিটো কাৰ্যই তিনিটা স্তৰ অতিক্ৰমণ কৰিবলগীয়া হয় উপহাস, বিৰোধিতা আৰু পিচত গ্ৰহণযোগ্যতা। যিসকলে নিজকে তেওঁলোকৰ কাৰ্য সময়তকৈ আগত বুলি চিন্তন কৰে, তেওঁলোক ভ্ৰান্তধাৰণাৰ বলি হোৱাটো নিশ্চিত।

Saturday 28 December 2019

ধনাত্মক চিন্তাঃ ১ (২৯-১২-২০১৯)

ধনাত্মক চিন্তাঃ ১ (২৯-১২-২০১৯)
ইতিবাচক চিন্তাৰে ধাৰণা এটি বাচি লওঁক। এই ধাৰণাটোক জীৱনৰ লক্ষ্য হিচাপে গ্ৰহণ কৰক; ইয়াৰে সপোন দেখক; ইয়াৰে চিন্তন কৰক আৰু এই ধাৰণাটোৰ সৈতে একাত্মা হৈ জীৱন ধাৰণ কৰিবলৈ শিকক। আপোনাৰ দেহ, মন, সীৰৰ ৰন্ধ্ৰে, ৰন্ধ্ৰে এই ধাৰণাটোৰ সোঁত প্ৰবাহিত কৰিবলৈ প্ৰয়াস কৰক আৰু এই ধাৰণাটোৰ বাহিৰে মনলৈ অহা অইন চিন্তাসমূহক একাষৰীয়া কৰক। কাৰণ ইতিবাচক চিন্তনৰ সময়ত অহা চিন্তাসমূহৰ সৰহ সংখ্যকেই নেতিবাচক চিন্তা।


এয়াই হৈছে জীৱনৰ সফলতাৰ পথ আৰু এই পথেৰেই মহান মহান আধ্যাত্মিক মনীষীসকলে আধ্যাত্মিকতা লাভ কৰিছিল। 

Friday 27 December 2019

হেৰাই যাবলৈ ধৰা আমাৰ ঘৰুৱা আৰু থলুৱা ফলমূল


হেৰাই যাবলৈ ধৰা আমাৰ ঘৰুৱা আৰু থলুৱা ফলমূলঃ
(অতুলনীয় অন্তৰীপৰ ২০১৯ ডিচেম্বৰ সংখ্যাত প্ৰকাশিত প্ৰবন্ধ)
দিব্যজ্যোতি শইকীয়া
প্ৰকৃতিৰ চেনেহৰ জীয়ৰী অসমত এতিয়া ফলমূলৰ বতৰ আম, কঠাল, জাম, লেটেকু, পনিয়ল, মধুৰিআমেৰে ভৰি পৰিছে গোটেইখন হাটে বজাৰেও ফলৰ সমাহাৰ একেই দৃশ্য আমাৰ বাৰীবোৰতো কাৰোবাৰ বাৰীখন যদি পকা আমৰ ঈষৎ ৰঙা-হালধীয়া ৰঙে জাতিষ্কাৰ কৰি ৰাখিছে, আন কাৰোবাৰ বাৰী আকৌ 'লা জামু অথবা লেটেকুৰ ৰঙেৰে চালে চকুৰোৱা হৈ জকমকাই উঠিছে আচলতে ফলমূল বছৰৰ বাৰ মাহেই থাকে কিন্তু অসমত জেঠ, আহাৰ, শাওণ যেন ফলৰেই ভৰপক ঋতু প্ৰকৃতিৰ ৰূপ, গুণ আৰু স্বভাৱ এই আটাইবোৰেই বিস্ময়কৰ! প্ৰকৃতিৰ স্বভাৱ খেয়ালী আৰু ৰূপ-গুণ অতুলনীয় প্ৰকৃতিয়ে সসাগৰা পৃথিৱীত সকলো প্ৰয়োজনীয় বস্তুৱেই দান কৰিছে প্ৰকৃততে সমস্ত প্ৰাণীকুলেই প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল এইক্ষেত্ৰত তিলমাত্ৰও কাৰ্পণ্য নকৰাকৈ প্ৰকৃতিয়ে প্ৰাণীকুলৰ বাবে প্ৰয়োজনীয় সকলো বস্তৰে যোগান ধৰি আহিছে নানা তৰহৰ ফলমূল মানৱ সমাজৰ প্ৰতি প্ৰকৃতিৰ এক অনন্য উপহাৰ

Sunday 22 December 2019

অসমৰ থলুৱা সামগ্ৰী সমুহৰ চাহিদা আৰু সম্ভাৱনা


অসমৰ থলুৱা সামগ্ৰী সমুহৰ চাহিদা আৰু সম্ভাৱনাঃ
(অতুলনীয় অন্তৰীপ ২০১৯ জুন সংখ্যাত প্ৰকাশিত প্ৰবন্ধ)
দীপশিখা চলিহা, দেঁওমৰনৈ দৰং

অসম এখন উৎপাদনশীল ৰাজ্য থলুৱা সামগ্ৰীৰ উৎপাদন অসমত যথেষ্ট পৰিমানে হয়, তথাপি পৰিকল্পিত বজাৰৰ অভাৱত অৰ্থনৈতিক স্বচ্ছলতা লাভ কৰিব পৰা নাই বিভিন্ন সময়ত বিভিন্ন ৰাজ্যৰ পৰা অসম ভ্ৰমণলৈ আহি অসমৰ থলুৱা সাজ-পাৰ গহনা-গাঠুৰি পিন্ধি, খাদ্যভাষৰ সোৱাদ  দেখি যি ভাৱ প্ৰকাশ কৰে তাক দেখি আমাৰ অনুভৱ হয় অসমখন সঁচাকৈ অতি মোহনীয় ৰাজ্য

TET Qualified Forum, Assam, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, Assam, Child Education, TQF, Assam, Teaching Learning Maeterial, TET, Assam TET, TET Qualified Forum, Assam, School Education, Teacher, Teaching, Teacher Eligibility Test, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, TET, Assam TET, TET Qualified Forum, Assam, School, Education, Teacher, Teaching, Teacher Eligibility Test, Information & Communication Technology, NISHTHA, National Initiative for School Heads' and Teachers' Holistic Advancement
বৰ্তমান অসমত যদিও থলুৱা সামগ্ৰীৰ ব্যৱহাৰ কমি আহিছে তথাপি উৎপাদন কমা নাই থলুৱা সামগ্ৰী বুলি কলে প্ৰথমে আহিব সাজ-পাৰ, গহনা-গাঠুৰি, বাচন বৰ্তন, থলুৱা পিঠা-পনা, মছলা জাতীয় সামগ্ৰী, থলুৱা মাছ, ফল-মুল, আচাৰৰ বাবে টেঙাজাতীয় ফল ইত্যাদি সম্প্ৰতি অসমত প্ৰয়োজনীয় সামগ্ৰী অধিক পৰিমানত উৎপাদন নোহোৱা বাবেই আমি সেইবোৰ বহিঃৰাজ্যৰ পৰা আমদানি কৰিব কৰিব লগা হয়,কিন্তু বহিঃৰাজ্যৰ পৰা অনা হাইব্ৰীড বস্তুবোৰৰ কোনো গুনাগুন নাই

Friday 20 December 2019

মাছ ধৰা থলুৱা সঁজুলি


মাছ ধৰা থলুৱা সঁজুলিঃ
খেৱালি জাল বা আচৰাঃ হাতেৰে বহলকৈ মেলি পানীলৈ দলিয়াই দিয়া হয় পিছত লাহেকৈ পাৰলৈ চপাই আনোতে জালৰ মূৰত থকা সৰু সৰু জেপবোৰত মাছবোৰ লাগি ধৰে
টঙি জালঃ জালখন টঙিৰে বহলকৈ মেলি পানীত পাতি থোৱা হয় মাজে মাজে পানীৰপৰা দাঙি জালত উঠা মাছবোৰ ধৰা হয় কেতিয়াবা এনে জালত তুঁহগুৰিৰ লাৰু একোটাও দিয়া হয়
TET Qualified Forum, Assam, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, Assam, Child Education, TQF, Assam, Teaching Learning Maeterial, TET, Assam TET, TET Qualified Forum, Assam, School Education, Teacher, Teaching, Teacher Eligibility Test, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, TET, Assam TET, TET Qualified Forum, Assam, School, Education, Teacher, Teaching, Teacher Eligibility Test, Information & Communication Technology, NISHTHA, National Initiative for School Heads' and Teachers' Holistic Advancement
ফাঁচি জালঃ পানীৰ সোঁত বৈ থকা অঞ্চলত পাতি থোৱা হয় জালত মাছবোৰ ফাঁচ খাই লাগি ধৰে