Wednesday 20 May 2020

পুথিগত শিক্ষা বনাম বাস্তৱ পৃথিৱীৰ দাবী

পুথিগত শিক্ষা বনাম বাস্তৱ পৃথিৱীৰ দাবীঃ

ইটাৰ ৰঙেই ইটাৰ পৰিচয়। সুন্দৰ ৰঙা ৰঙৰ, মাজত ফাট নাথাকে, চুক ভঙা নাথাকে, টোকৰ মাৰিলে ঘণ্টা বজোৱা নিচিনা শব্দ হয়।’ -সেইবোৰেই ‘ক্লাছ ওৱান’ ইটা। সৰুতে দেউতাই ইটাৰ বিষয়ে কৈছিল। ক’ত বা শিকিছিলে, কোনে বা শিকাইছিলে, কিন্তু ডাঙৰ হৈ আভিযান্ত্ৰিকৰ পাঠ্যক্ৰমতো দেখিলো সেয়া সঠিক শিক্ষাই আছিল।