Wednesday 15 April 2020

অন্তৰীপ প্ৰথম বছৰৰ প্ৰথম সংখ্যা

 সন্মানীয় পঢ়ুৱৈ সমাজ ও সতীৰ্থসকল,
সাম্প্ৰতিক পৰিৱেশ ও পৰিস্থিতিৰ বাৱে আমি অন্তৰীপ অতুলনীয়ৰ সন্ধানতৰ ২০২০ /এপ্ৰিলৰ সংখ্যাটি প্ৰকাশ কৰিব নোৱাৰিলো; তাৰবাবে আমি দুঃক্ষিত। তথাপিও আমি পূৰ্বৰ ২০১৮ /চেপ্তেম্বৰ মাহৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাটি পূণৰ আগবঢ়ালোঁ‌। আশাকৰো আদৰি লব।

অন্তৰীপ অতুলনীয় সন্ধানত ১ম বছৰৰ ১ম সংখ্যা টি পাবলৈ ইয়াতে ক্লিক কৰক।