আমাৰ বিষয়ে দু-আষাৰ

  A Free Online Educational Magazine

 “অন্তৰীপ-অতুলনীয়ৰ সন্ধানত” ফেচবুকৰ জনপ্ৰিয় টেট উত্তীৰ্ণ শিক্ষকৰ গোট "TET Qualified Forum, Assam" তৰফৰ পৰা প্রকাশিত এখন অনলাইন মাহেকীয়া -আলোচনী আমাৰ গ্ৰুপৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে - সুস্থ-সবল শিক্ষণ আৰু শিকন। ব্যস্ততাপূৰ্ণ জীৱনত আমি কিতাপ পঢ়াৰ মানসিকতা তথা অৱকাশ হেৰুৱাই পেলাইছো ইয়াৰ পৰিৱৰ্তে ইণ্টাৰনেটত বিভিন্ন ছ’চিয়েল মিডিয়াৰ চাইট সমূহৰ মাজেৰেই পাৰ কৰিছো আমি আমাৰ দৈনন্দিন জীৱন বহু আপৰাধমূলক ঘটনাৰ চিন্তা বা কুসংস্কাৰৰ অপপ্ৰচাৰ এই ছ’চিয়েল মিডিয়াৰ চাইট সমূহৰ পৰাই পাতনি মেলে। এই এনে এক জটিল পৰিস্থিতিৰ সন্ধিক্ষণত শিক্ষণ আৰু শিকন বিষয়ক চৰ্চাৰ অন্য এক ব্যতিক্ৰমী মঞ্চ হিচাপে সুস্থ-সবল শিক্ষণ আৰু শিকন দিশত এখোজ আগবাঢ়ি “অন্তৰীপ-অতুলনীয়ৰ সন্ধানত” নামৰ এই -আলোচনী খনৰ জন্ম ইয়াত আমি ডিজিটেল জগতখনৰ জৰিয়তে আমাৰ নৱ-প্ৰজন্মক সুস্থ-সবল শিক্ষণ-শিকন আৰু সমাজ গঠনৰ দিশত এখোপ আগুৱাই নিবলৈ প্ৰয়াস কৰিছোঁ

আমাৰ এই যাত্ৰা পথত আপোনাৰ/ আপোনালোকৰ সহায়-সহযোগিতা তথা দিহা পৰামৰ্শ শ্ৰদ্ধাৰে কামনা কৰিলোঁ
(তথ্য,
গ্ৰাফিক্স ফটো সংগ্ৰহঃ ইণ্টাৰনেট)


“অন্তৰীপ-অতুলনীয়ৰ সন্ধানত”লৈ লেখা পঠিওৱাৰ ঠিকনাঃ
ই-মেইলঃ atulaniyaantarip@gmail.com
হোৱাটচ্ এপ নম্বৰঃ +91-9707451241
All the information provided in this Blog are free of cost.

Disclaimer Notice
All the information provided on this blog has been obtained by the blog creator from various sources which believed to be reliable and true. However, the creator does not take any responsibility for the absolute accuracy of any information published and the damage or loss suffered thereon.

1 comment: