অতুলনীয়
অন্তৰীপ নৱেম্বৰ ২০১৯ সংখ্যাটিৰ বেটুপাত মুকলিঃ
অতুলনীয় অন্তৰীপৰ বাবে লেখা বিচাৰি এটি আহ্বান!
সন্মানীয় সতীৰ্থ চাৰ-বাইদেউসকল,
আমাৰ ই-আলোচনী অতুলনীয় অন্তৰীপৰ ২০১৯ নৱেম্বৰ
মাহৰ ২য় বছৰৰ ১৩শ সংখ্যাটিৰ সম্পাদনাৰ কাম আজি বেটুপাত মুকলিৰে আৰম্ভ কৰিছো। আমাৰ এই
আলোচনীখনত অসমীয়া, হিন্দী, ইংৰাজী আৰু বঙালী এই চাৰিওটি ভাষাৰে লিখনি প্ৰকাশ কৰা হয়।
সেয়েহে আগ্ৰহী সতীৰ্থ লেখক-লেখিকা চাৰ-বাইদেউসকলৰ পৰা আমি কবিতা, গল্প, অণুগল্প, ধাৰাবাহিক
গল্প, ধাৰাবাহিক উপন্যাস, শিক্ষামূলক প্ৰবন্ধ, ধাৰাবাহিক শিক্ষামূলক প্ৰবন্ধ, ঐতিহাসিক
স্থলৰ আঁৰৰ কথা, শিক্ষা বিষয়ক পৰামৰ্শ, এই মাহৰ ছবি, হাস্য ৰস/ কৌতুক আদি লেখা বিচাৰিছোঁ।
বি.দ্ৰ.: লিখনিসমূহ আমালৈ
৩১-১০-২০১৯ তাৰিখৰ আগতে হোৱটচ-এপ(9707451241)
যোগে প্ৰেৰণ কৰিব লাগিব। লিখনিসমূহ মোবাইল বা কম্পিউটাৰত ইউনিকোডত লিপিত টাইপ/ লিখা
হব লাগিব।
আমাৰ
যোগাযোগৰ ঠিকনাঃ
ই-মেইলঃ atulaniyaantarip@gmail.com
হোৱটচ-এপঃ +91-9707451241
-মুখ্য-পৰিচালক
TQF Assam

No comments:
Post a Comment