Showing posts with label অন্তৰীপ ১ম বছৰৰ ১ম সংখ্যা. Show all posts
Showing posts with label অন্তৰীপ ১ম বছৰৰ ১ম সংখ্যা. Show all posts

Wednesday, 15 April 2020

অন্তৰীপ প্ৰথম বছৰৰ প্ৰথম সংখ্যা

 সন্মানীয় পঢ়ুৱৈ সমাজ ও সতীৰ্থসকল,
সাম্প্ৰতিক পৰিৱেশ ও পৰিস্থিতিৰ বাৱে আমি অন্তৰীপ অতুলনীয়ৰ সন্ধানতৰ ২০২০ /এপ্ৰিলৰ সংখ্যাটি প্ৰকাশ কৰিব নোৱাৰিলো; তাৰবাবে আমি দুঃক্ষিত। তথাপিও আমি পূৰ্বৰ ২০১৮ /চেপ্তেম্বৰ মাহৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাটি পূণৰ আগবঢ়ালোঁ‌। আশাকৰো আদৰি লব।

অন্তৰীপ অতুলনীয় সন্ধানত ১ম বছৰৰ ১ম সংখ্যা টি পাবলৈ ইয়াতে ক্লিক কৰক।