NISHTHA
National
Initiative for School Heads' and Teachers' Holistic Advancement
পৰিচয়ঃ
বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে NISHTHA-National Initiative for School Heads' and Teachers' Holistic
Advancement নামৰ সংহত শিক্ষক প্ৰশিক্ষণ ব্যৱস্থাপনা এটিৰ জৰিয়তে প্ৰাথমিক পৰ্যায়ত
শিকন ফলাফল উন্নীতকৰণৰ বাবে ৰাষ্টীয় আঁচনি
এখন হাতত লৈছে। এই আঁচনিখন কেন্দ্ৰীয়ভাৱে ২০১৯-২০ চনৰ বাবে গ্ৰহণ কৰা আঁচনি আৰু ই সমগ্ৰ
শিক্ষাৰ অধীনত। এই আঁচনি খনৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে অংশ গ্ৰহণকাৰীসকলৰ সক্ষমতাক
এক কংক্ৰিট ৰূপ প্ৰদান কৰা। এই ব্যৱস্থাপনাটোত প্ৰায় ৪২ লাখ অংশগ্ৰহণকাৰী; সকলো চৰকাৰী
প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, প্ৰধান শিক্ষক, সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ
SCERT(State Councils of Educational Research and Training) আৰু DIET(District
Institutes of Education and Training)ৰ প্ৰশিক্ষক সদস্যসকল, BRCs(Block Resource Centres) আৰু CRCs
(Cluster Resource Centres)ৰ বিষয়ববীয়া আৰু সমলব্যক্তিসকলক সামৰি লোৱা হৈছে।
এই বৃহৎ পৰিসৰৰ অন্তৰ্ভুক্তিকৰণৰে সম্ভৱত
NISHTHA ব্যৱস্থাপনাটো পৃথিৱীৰ ভিতৰতে এক বৃহত্তম প্ৰৱৰ্তন।
(Will be updated soon…)
No comments:
Post a Comment