Sunday 15 March 2020

অন্তৰীপ-অতুলনীয়ৰ সন্ধানত ২০২০ মাৰ্চ/ সংখ্যা


অন্তৰীপ-অতুলনীয়ৰ সন্ধানত২০২০ মাৰ্চ/ সংখ্যা
সন্মানীয় সতীৰ্থসকল,
বিশ্বজুৰি মহামাৰী ৰূপলোৱা কৱ'না ভাইৰাছ অৰ্থাৎ নভেল কৰ'না ভাইৰাছ (COVID-19 ক ভাৰতত "বিপৰ্যয়" ঘোষণা কৰা হৈছে। আতংকিত নহৈ সজাগতা আৰু স্বাস্থ্যসন্মত পাৰিপাৰ্শিক ব‌ৱহাৰে এই ৰোগ নিৰাময় কৰিব পৰা যায়। ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ 6913347770/ 6913347771/ 6913347773/ 6913347774 আদি নম্বৰত যোগাযোগ কৰিব পাৰে।


সাৱধানে থাকক, সুৰক্ষিত থাকক; আমাৰ TET Qualified Forum, Assam গ্ৰুপৰ মাহেকীয়া  -আলোচনীঅন্তৰীপ-অতুলনীয়ৰ সন্ধানত ২০২০ মাৰ্চ মাহৰ সংখ্যাটি আগবঢ়ালোঁ।

আশাঁকৰো পূৰ্বৰ সংখ্যাকেইটিৰ দৰে এইবাৰো আদৰি লব

 

আলোচনী খন পাবলৈ ইয়াতে ক্লিক কৰক


#TQF_Assam

1 comment:

  1. বিশ্বজুৰি কৰ'ণা ভাইৰাছ নিৰ্মূল হওক। অন্তৰীপলৈ অভিবাদন আৰু শুভকামনা জনালো।

    ReplyDelete