Showing posts with label অন্তৰীপ-অতুলনীয়ৰ সন্ধানত ২০২০ মাৰ্চ সংখ্যা. Show all posts
Showing posts with label অন্তৰীপ-অতুলনীয়ৰ সন্ধানত ২০২০ মাৰ্চ সংখ্যা. Show all posts

Sunday, 15 March 2020

অন্তৰীপ-অতুলনীয়ৰ সন্ধানত ২০২০ মাৰ্চ/ সংখ্যা


অন্তৰীপ-অতুলনীয়ৰ সন্ধানত২০২০ মাৰ্চ/ সংখ্যা
সন্মানীয় সতীৰ্থসকল,
বিশ্বজুৰি মহামাৰী ৰূপলোৱা কৱ'না ভাইৰাছ অৰ্থাৎ নভেল কৰ'না ভাইৰাছ (COVID-19 ক ভাৰতত "বিপৰ্যয়" ঘোষণা কৰা হৈছে। আতংকিত নহৈ সজাগতা আৰু স্বাস্থ্যসন্মত পাৰিপাৰ্শিক ব‌ৱহাৰে এই ৰোগ নিৰাময় কৰিব পৰা যায়। ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ 6913347770/ 6913347771/ 6913347773/ 6913347774 আদি নম্বৰত যোগাযোগ কৰিব পাৰে।