Friday, 9 October 2020

অন্তৰীপ-অতুলনীয়ৰ সন্ধানত” ২০২০ অক্টোবৰ/ সংখ্যা

 অন্তৰীপ-অতুলনীয়ৰ সন্ধানত২০২০ অক্টোবৰ/ সংখ্যাঃ
সমূহ
পঢ়ুৱৈ সমাজলৈ সমাগত শাৰদীয় দূৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনাই আমাৰ TET Qualified Forum, Assam গ্ৰুপৰ মাহেকীয়া  -আলোচনী অন্তৰীপ-অতুলনীয়ৰ সন্ধানত ২০২০ অক্টোবৰ মাহৰ সংখ্যাটি আগবঢ়ালোঁ।
 

আশাঁকৰো পূৰ্বৰ সংখ্যাকেইটিৰ দৰে এইবাৰো আদৰি লব

 আলোচনী খন পাবলৈ তলৰ লিংকত ক্লিক কৰকঃ

Tuesday, 6 October 2020

কম্পিউটাৰ নেটৱৰ্ক আৰু ইণ্টাৰনেটৰ ধাৰণা

কম্পিউটাৰ নেটৱৰ্ক আৰু ইণ্টাৰনেটৰ ধাৰণাঃ
(Concept on Computer Network and Internet)


কম্পিউটাৰ নেটৱৰ্ক আৰু ইণ্টাৰনেটৰ ধাৰণাঃ
  
হেমন্ত কুমাৰ দাস


কম্পিউটাৰ নেটৱৰ্ক
কম্পিউটাৰ নেটৱৰ্ক (Computer Network) হৈছে এনে এক ব্যৱস্থা একাধিক কম্পিউটাৰ প্ৰণালী আৰু হাৰ্ডৱেৰ উপাদানসমূহ যোগাযোগ প্ৰযুক্তিৰ মাধ্যমৰ জৰিয়তে ইটো-সিটোৰ লগত সংযুক্ত হৈ থাকে কম্পিউটাৰ নেটৱৰ্কত ব্যৱহাৰকাৰীসকলে ইজনে সিজনৰ মাজত হাৰ্ডৱেৰ/ চফটৱেৰ উপাদান/ সম্পদ সমূহ আৰু তথ্যৰ আদান-প্ৰদান কৰিব পাৰে