Showing posts with label ফাকুৱা উৎসৱ আৰু ইয়াৰ তত্ত্ব কথা. Show all posts
Showing posts with label ফাকুৱা উৎসৱ আৰু ইয়াৰ তত্ত্ব কথা. Show all posts

Monday, 9 March 2020

ফাকুৱা উৎসৱ আৰু ইয়াৰ তত্ত্ব কথা

ফাকুৱা উৎসৱ আৰু ইয়াৰ তত্ত্ব কথাঃ
দৌল বা হোলী উৎসৱ হৈছে ঋতুকালীন ৰং আৰু আনন্দৰ উৎসৱ এই দৌল উৎসৱক ভাৰতবৰ্ষৰ ভিন্ন জাতি-সম্প্ৰদায়ৰ হিন্দু ধৰ্মাৱলম্বী লোকে বিভিন্ন নামেৰে পালন কৰা দেখা যায় এই উৎসৱক হোলী, ফাকুৱা, ফলগু উৎসৱ, বসন্তোৎসৱ, মদনোৎসৱ, হোলিকা দাহন আৰু দেউল উৎসৱ আদি নামেৰে বিভিন্ন ৰাজ্যত পালন কৰা হয় ওড়িশা, বিহাৰ, পশ্চিমবংগ আদিতো বিভিন্ন নামেৰে আনন্দৰ উৎসৱ পালন কৰে

ভাৰতীয় ধৰ্মীয় দৰ্শনত কৃষ্ণঞ্চৰিত্ৰৰ মাজেদি সাহিত্য-সংস্কৃতিৰ বিকাশ সাধন কৰাৰ লগতে