Showing posts with label Postive Thinking. Show all posts
Showing posts with label Postive Thinking. Show all posts
Sunday, 29 December 2019
Saturday, 28 December 2019
ধনাত্মক চিন্তাঃ ১ (২৯-১২-২০১৯)
ধনাত্মক চিন্তাঃ ১ (২৯-১২-২০১৯)
ইতিবাচক
চিন্তাৰে ধাৰণা এটি বাচি লওঁক। এই ধাৰণাটোক জীৱনৰ লক্ষ্য হিচাপে গ্ৰহণ কৰক; ইয়াৰে সপোন
দেখক; ইয়াৰে চিন্তন কৰক আৰু এই ধাৰণাটোৰ সৈতে একাত্মা হৈ জীৱন ধাৰণ কৰিবলৈ শিকক। আপোনাৰ
দেহ, মন, সীৰৰ ৰন্ধ্ৰে, ৰন্ধ্ৰে এই ধাৰণাটোৰ সোঁত প্ৰবাহিত কৰিবলৈ প্ৰয়াস কৰক আৰু এই
ধাৰণাটোৰ বাহিৰে মনলৈ অহা অইন চিন্তাসমূহক একাষৰীয়া কৰক। কাৰণ ইতিবাচক চিন্তনৰ সময়ত
অহা চিন্তাসমূহৰ সৰহ সংখ্যকেই নেতিবাচক চিন্তা।
এয়াই হৈছে জীৱনৰ সফলতাৰ পথ আৰু এই পথেৰেই মহান মহান আধ্যাত্মিক মনীষীসকলে আধ্যাত্মিকতা
লাভ কৰিছিল।
Subscribe to:
Posts (Atom)

