Sunday 15 March 2020

অন্তৰীপ-অতুলনীয়ৰ সন্ধানত ২০২০ মাৰ্চ/ সংখ্যা


অন্তৰীপ-অতুলনীয়ৰ সন্ধানত২০২০ মাৰ্চ/ সংখ্যা
সন্মানীয় সতীৰ্থসকল,
বিশ্বজুৰি মহামাৰী ৰূপলোৱা কৱ'না ভাইৰাছ অৰ্থাৎ নভেল কৰ'না ভাইৰাছ (COVID-19 ক ভাৰতত "বিপৰ্যয়" ঘোষণা কৰা হৈছে। আতংকিত নহৈ সজাগতা আৰু স্বাস্থ্যসন্মত পাৰিপাৰ্শিক ব‌ৱহাৰে এই ৰোগ নিৰাময় কৰিব পৰা যায়। ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ 6913347770/ 6913347771/ 6913347773/ 6913347774 আদি নম্বৰত যোগাযোগ কৰিব পাৰে।


Monday 9 March 2020

ফাকুৱা উৎসৱ আৰু ইয়াৰ তত্ত্ব কথা

ফাকুৱা উৎসৱ আৰু ইয়াৰ তত্ত্ব কথাঃ
দৌল বা হোলী উৎসৱ হৈছে ঋতুকালীন ৰং আৰু আনন্দৰ উৎসৱ এই দৌল উৎসৱক ভাৰতবৰ্ষৰ ভিন্ন জাতি-সম্প্ৰদায়ৰ হিন্দু ধৰ্মাৱলম্বী লোকে বিভিন্ন নামেৰে পালন কৰা দেখা যায় এই উৎসৱক হোলী, ফাকুৱা, ফলগু উৎসৱ, বসন্তোৎসৱ, মদনোৎসৱ, হোলিকা দাহন আৰু দেউল উৎসৱ আদি নামেৰে বিভিন্ন ৰাজ্যত পালন কৰা হয় ওড়িশা, বিহাৰ, পশ্চিমবংগ আদিতো বিভিন্ন নামেৰে আনন্দৰ উৎসৱ পালন কৰে

ভাৰতীয় ধৰ্মীয় দৰ্শনত কৃষ্ণঞ্চৰিত্ৰৰ মাজেদি সাহিত্য-সংস্কৃতিৰ বিকাশ সাধন কৰাৰ লগতে

Sunday 8 March 2020

সচাঁ প্ৰশংসাই আমাৰ জীৱনৰ গতি সলনি কৰে


সচাঁ প্ৰশংসাই আমাৰ জীৱনৰ গতি সলনি কৰে
দিবাকৰ ৰেণু, সহঃশিক্ষক, ২৪৩১ নং ইলশামাৰী প্ৰাঃবি, ধুবুৰী।
(TQF, Assamৰ গোটৰ ই-আলোচনী অতুলনীয় অন্তৰীপত প্ৰকাশিত প্ৰবন্ধ)
 “সচাঁ প্ৰশংসাই আমাৰ জীৱনৰ গতি সলনি কৰে,
আমাৰ দ্বাৰাই পৃথিৱীখন ধুনীয়াকৈ গঢ়ে।”