Sunday, 24 November 2019

NISHTHA পৰিচয়


NISHTHA
National Initiative for School Heads' and Teachers' Holistic Advancement
পৰিচয়ঃ
বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে NISHTHA-National Initiative for School Heads' and Teachers' Holistic Advancement নামৰ সংহত শিক্ষক প্ৰশিক্ষণ ব্যৱস্থাপনা এটিৰ জৰিয়তে প্ৰাথমিক পৰ্যায়ত শিকন ফলাফল উন্নীতকৰণৰ বাবে  ৰাষ্টীয় আঁচনি এখন হাতত লৈছে। এই আঁচনিখন কেন্দ্ৰীয়ভাৱে ২০১৯-২০ চনৰ বাবে গ্ৰহণ কৰা আঁচনি আৰু ই সমগ্ৰ শিক্ষাৰ অধীনত। এই আঁচনি খনৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে অংশ গ্ৰহণকাৰীসকলৰ সক্ষমতাক এক কংক্ৰিট ৰূপ প্ৰদান কৰা। এই ব্যৱস্থাপনাটোত প্ৰায় ৪২ লাখ অংশগ্ৰহণকাৰী; সকলো চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, প্ৰধান শিক্ষক, সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ SCERT(State Councils of Educational Research and Training) আৰু DIET(District Institutes of Education and Training)ৰ প্ৰশিক্ষক সদস্যসকল, BRCs(Block Resource Centres) আৰু CRCs (Cluster Resource Centres)ৰ বিষয়ববীয়া আৰু সমলব্যক্তিসকলক সামৰি লোৱা হৈছে।

এই বৃহৎ পৰিসৰৰ অন্তৰ্ভুক্তিকৰণৰে সম্ভৱত NISHTHA ব্যৱস্থাপনাটো পৃথিৱীৰ ভিতৰতে এক বৃহত্তম প্ৰৱৰ্তন।
(Will be updated soon)

Friday, 15 November 2019

Atulaniya Antarip Nov-2019


“অন্তৰীপ-অতুলনীয়ৰ সন্ধানত” ২০১৯ নৱেম্বৰ/ সংখ্যা
সমূহ পঢ়ুৱৈ সমাজলৈ পৱিত্ৰ ৰাস মহোৎসৱৰ আন্তৰিক শুভেচ্ছা জনাই আমাৰ TET Qualifed Forum, Assam গ্ৰুপৰ মাহেকীয়া  ই-আলোচনী “অন্তৰীপ-অতুলনীয়ৰ সন্ধানত” ২০১৯ নৱেম্বৰ মাহৰ সংখ্যাটি আগবঢ়ালোঁ। আশাঁকৰো পূৰ্বৰ সংখ্যাকেইটিৰ দৰে এইবাৰো আদৰি লব।


আলোচনী খন পাবলৈ তলৰ লিংকত ক্লিক কৰকঃ

Wednesday, 16 October 2019

অতুলনীয় অন্তৰীপ নৱেম্বৰ ২০১৯ সংখ্যাটিৰ বেটুপাত


অতুলনীয় অন্তৰীপ নৱেম্বৰ ২০১৯ সংখ্যাটিৰ বেটুপাত মুকলিঃ

অতুলনীয় অন্তৰীপৰ বাবে লেখা বিচাৰি এটি আহ্বান!


সন্মানীয় সতীৰ্থ চাৰ-বাইদেউসকল,
আমাৰ ই-আলোচনী অতুলনীয় অন্তৰীপৰ ২০১৯ নৱেম্বৰ মাহৰ ২য় বছৰৰ ১৩শ সংখ্যাটিৰ সম্পাদনাৰ কাম আজি বেটুপাত মুকলিৰে আৰম্ভ কৰিছো। আমাৰ এই আলোচনীখনত অসমীয়া, হিন্দী, ইংৰাজী আৰু বঙালী এই চাৰিওটি ভাষাৰে লিখনি প্ৰকাশ কৰা হয়। সেয়েহে আগ্ৰহী সতীৰ্থ লেখক-লেখিকা চাৰ-বাইদেউসকলৰ পৰা আমি কবিতা, গল্প, অণুগল্প, ধাৰাবাহিক গল্প, ধাৰাবাহিক উপন্যাস, শিক্ষামূলক প্ৰবন্ধ, ধাৰাবাহিক শিক্ষামূলক প্ৰবন্ধ, ঐতিহাসিক স্থলৰ আঁৰৰ কথা, শিক্ষা বিষয়ক পৰামৰ্শ, এই মাহৰ ছবি, হাস্য ৰস/ কৌতুক আদি লেখা বিচাৰিছোঁ।

Friday, 4 October 2019

অতুলনীয় অন্তৰীপ ২০১৯ শাৰদীয় বিশেষ সংখ্যা

সন্মানীয় সতীৰ্থ সকল,
মা-শক্তি দূৰ্গাৰ শ্ৰীচৰণত সেয়া জনাই, শাৰদীয় দূৰ্গাপূজাৰ শুভেচ্ছা আমাৰ TQF, Assam ফেচবুক গ্ৰুপৰ -আলোচনী অতুলনীয় অন্তৰীপৰ ২০১৯/ অক্টোবৰ মাহৰ সংখ্যাটি আগবঢ়ালোঁ আঁশাকৰো সকলোৱে  আদৰি  
আলোচনীখন পাবলৈ ইয়াতে ক্লিক কৰক....

Thursday, 5 September 2019

অতুলনীয় অন্তৰীপ দ্বিতীয় বছৰ, ১১ম সংখ্যা


সন্মানীয় সতীৰ্থ সকল,
আজি আমাৰ TQF Assam গ্ৰুপৰ-আলোচনী অতুলনীয় অন্তৰীপে আপোনালোকৰ মৰম আৰু চেনেহেৰ মাজেৰে এটা বছৰ সম্পূৰ্ণ কৰিলে; আলোচনীখনক আঁদৰি লোৱাৰ বাবে আমি TQF Assam আপোনালোকৰ ওচৰত কৃতজ্ঞ। 
  
অতুলনীয় অন্তৰীপৰ ২০১৯/ চেপ্তেম্বৰ মাহ তথা ১ম বৰ্ষপূৰ্তি সংখ্যাটি পাবলৈ আলোচনীখন পাবলৈ ইয়াতে ক্লিক কৰক....

Sunday, 4 August 2019

অতুলনীয় অন্তৰীপ প্ৰথম বছৰৰ ১০ম সংখ্যা


সন্মানীয় সতীৰ্থ সকল,
সমাগত স্বাধীতা দিৱসৰ শুভেচ্ছাৰে আমাৰ TQF Assam ফেচবুক গ্ৰুপৰ -আলোচনী অতুলনীয় অন্তৰীপৰ ২০১৯/ আগষ্ট মাহৰ সংখ্যাটি আগবঢ়ালোঁ আঁশাকৰো আদৰি আলোচনীখন পাবলৈ ইয়াতে ক্লিক কৰক....

Friday, 5 July 2019

অতুলনীয় অন্তৰীপ প্ৰথম বছৰৰ ৯ম সংখ্যা


সন্মানীয় সতীৰ্থ সকল,
গ্ৰীষ্ম বন্ধৰ শুভেচ্ছাৰে আমাৰ TQF Assam ফেচবুক গ্ৰুপৰ -আলোচনী অতুলনীয় অন্তৰীপৰ ২০১৯/ জুলাই মাহৰ সংখ্যাটি আগবঢ়ালোঁ আঁশাকৰো আদৰি আলোচনীখন পাবলৈইয়াতে ক্লিককৰক....

Tuesday, 4 June 2019

অতুলনীয় অন্তৰীপ প্ৰথম বছৰৰ ৮ম সংখ্যা


সন্মানীয় সতীৰ্থ সকল,
পবিত্ৰ ঈদ আৰু বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছাৰে আমাৰ TQF Assam ফেচবুক গ্ৰুপৰ ই-আলোচনী অতুলনীয় অন্তৰীপৰ ২০১৯/ জুন মাহৰ সংখ্যাটি আগবঢ়ালোঁ। আঁশাকৰো আদৰি ল’ব। আলোচনীখন পাবলৈ ইয়াতে ক্লিক কৰক....

Admin
Team, TQF