ইণ্টাৰনেটৰ ধাৰণাঃ
(Concept on Computer Internet)
ইণ্টাৰনেটৰ বনাম ৱেবঃ
১৯৮৯ চনত ইণ্টাৰনেটক বিশাল ৱৰ্লড্ ৱাইড ৱেব(WWW) হিচাপে উন্মোচিত কৰা হৈছিল। ৱেব হ’ল বিশাল পৰিমানৰ সংগ্ৰহীত HTML পৃষ্ঠা যি ইণ্টঅৰনেট হাৰ্ডৱেৰৰ যোগেদি পৰিবাহিত কৰা হয়। ৱৰ্ল ৱাইড ৱেব হ’ল ইণ্টাৰনেটৰ এটা সৰু অংশ তথা ইণ্টাৰনেটে বহু ধৰণৰ অন্য বেলেগ তথ্যক সামৰি লয় যিবোৰ ৱেব পৃষ্ঠাতকৈ বেলেগ।
TET Qualified Forum, Assam, Digital Education, SSA Assam, DEE,
Assam, Sarba Sikhya Abhijan, Samagra Sikhya, Assam, Child Education, TQF,
Assam, Teaching Learning Maeterial, TET, Assam TET, TET Qualified Forum,
Assam, School Education, Teacher, Teaching, Teacher Eligibility Test, Digital
Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, TET,
Assam TET, TET Qualified Forum, Assam, School, Education, Teacher, Teaching,
Teacher Eligibility Test, Information & Communication Technology,
NISHTHA, National Initiative for
School Heads' and Teachers' Holistic Advancement
|
ৱেব হ’ল এটা চফটৱেৰ আহিলা বা সেৱা যি ইণ্টাৰনেটত ব্যৱহাৰ হয়। ৱেব পৃষ্ঠাবোৰ হ’ল বিভিন্ন তথ্য পাতিৰ সমষ্টি। ইয়ে বিশ্বৰ বিভিন্ন তথ্যৰ কম্পিউটাৰৰ মাধ্যমৰে যোগান ধৰে। ইণ্টাৰনেট আৰু ৱেবক দুটা ভিন্ন ৰুপ বুলি ব্যক্তি বিশেষে অভিহিত কৰে। যিটো কাৰিকৰী দিশৰে চাব গ’লে ভূল বুলি গণ্য হ’ব কিয়নো ৱেব পৃষ্ঠাবোৰৰ দ্বাৰাই ইণ্টাৰনেট গঠিত।



