অসমৰ থলুৱা সামগ্ৰী সমুহৰ চাহিদা আৰু সম্ভাৱনাঃ
(অতুলনীয় অন্তৰীপত
২০১৯ জুন সংখ্যাত প্ৰকাশিত প্ৰবন্ধ)
দীপশিখা চলিহা, দেঁওমৰনৈ দৰং
অসম এখন উৎপাদনশীল ৰাজ্য। থলুৱা সামগ্ৰীৰ উৎপাদন অসমত যথেষ্ট পৰিমানে হয়, তথাপি পৰিকল্পিত বজাৰৰ অভাৱত ই অৰ্থনৈতিক স্বচ্ছলতা লাভ কৰিব পৰা নাই । বিভিন্ন সময়ত বিভিন্ন ৰাজ্যৰ পৰা অসম ভ্ৰমণলৈ আহি অসমৰ থলুৱা সাজ-পাৰ গহনা-গাঠুৰি পিন্ধি, খাদ্যভাষৰ সোৱাদ দেখি যি ভাৱ প্ৰকাশ কৰে তাক দেখি আমাৰ অনুভৱ হয় অসমখন সঁচাকৈ অতি মোহনীয় ৰাজ্য।
TET Qualified Forum,
Assam, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya
Abhijan, Samagra Sikhya, Assam, Child Education, TQF, Assam, Teaching
Learning Maeterial, TET, Assam TET, TET Qualified Forum, Assam, School
Education, Teacher, Teaching, Teacher Eligibility Test, Digital Education,
SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, TET, Assam TET,
TET Qualified Forum, Assam, School, Education, Teacher, Teaching, Teacher
Eligibility Test, Information & Communication Technology, NISHTHA, National
Initiative for School Heads' and Teachers' Holistic Advancement
|
বৰ্তমান অসমত যদিও থলুৱা সামগ্ৰীৰ ব্যৱহাৰ কমি আহিছে তথাপি উৎপাদন কমা নাই। থলুৱা সামগ্ৰী বুলি কলে প্ৰথমে আহিব সাজ-পাৰ, গহনা-গাঠুৰি, বাচন বৰ্তন, থলুৱা পিঠা-পনা, মছলা জাতীয় সামগ্ৰী, থলুৱা মাছ, ফল-মুল, আচাৰৰ বাবে টেঙাজাতীয় ফল ইত্যাদি। সম্প্ৰতি অসমত প্ৰয়োজনীয় সামগ্ৰী অধিক পৰিমানত উৎপাদন নোহোৱা বাবেই আমি সেইবোৰ বহিঃৰাজ্যৰ পৰা আমদানি কৰিব কৰিব লগা হয়,কিন্তু বহিঃৰাজ্যৰ পৰা অনা হাইব্ৰীড বস্তুবোৰৰ কোনো গুনাগুন নাই।







