Wednesday 8 January 2020

ধনাত্মক চিন্তাঃ৩


ধনাত্মক চিন্তাঃ৩ 
বৃহৎ সফলতা আৰু প্ৰকৃত সুখৰ গোপন ৰহস্য হৈছে: যিসকল ব্যক্তিয়ে সহায় বা উপকাৰৰ কোনো প্ৰতিদান, বিনিময় নিবিচাৰে; তেওঁলোকেই প্ৰকৃতাৰ্থত নিস্বাৰ্থ আৰু সুখী ব্যক্তি। আৰু তেওঁলোকেই জীৱনত একো একোজন মহান সফল হিচাপে পৰিগণিত হব পাৰিছে।

সহায় বা উপকাৰৰ প্ৰতিদান, বিনিময় বিচৰা মানেই স্বাৰ্থপৰতা, নিকৃষ্টতা, ঠেক মনোবৃত্তিৰ পৰিচয়।

No comments:

Post a Comment